Developer Page Jakir Hussain Ahmed
আমি অসমীয়া নহওঁ দুখীয়া
Name :- Jakir Hussain Ahmad
Android Apps Developer
অসমীয়া ভাষাত App বনোৱাই হৈছে মোৰ কাম
ইণ্টাৰনেট বুলি কোৱাৰ লগে লগে English, Hindi, Bangla ত বহুতো ৱেবছাইট App দেখিবলৈ পাওঁ । কিন্তু দুখৰ বিষয় যে অসমীয়া ভাষাত কোনো App ৱেবছাইট দেখিবলৈ পোৱা নাযায় ।
মই যিমান পাৰিম সিমান চেষ্টা কৰিম অসমীয়া ভাষাত app আৰু ৱেবছাইট বনাই আপোনালোকৰ মাজলৈ দিবলৈ ।
তলত দিয়া লিংকটোত ক্লিক কৰি আপুনি আমাৰ গোটেই Apps বোৰ চাবলৈ পাহৰি নাযাব ।
Comments
Post a Comment